Pinwheelflower
কঠনা ফুল ইংৰাজী নাম: Pinwheel Flower, Crape Jasmine, East India Rosebay and Nero’s Crown বৈজ্ঞানিক নাম: Tabernaemontana divaricata কঠনা ফুল হৈছে এবিধ চিৰসেউজীয়া উদ্ভিদ প্ৰজাতি। হাবিত গজে বাবে ইয়াক বন-তগৰ বুলিও কোৱা হয়। ইয়াৰ ফুল গন্ধহীন আৰু সুগন্ধি উভয়েই হ’ব পাৰে, পাতৰ কাষ বা ডালৰ আগত বগা ফুলৰ থুপিয়ে গছ ভৰি থাকে। ফুল ৩-৫ চেমি বহল, একক বা দ্বৈত বা আধাদ্বৈত, পুষ্পদণ্ডৰ আগত ৫টি পাহি থাকে,…













