মৰিগাঁও জাগীৰোডত অবৈধ ড্ৰাগচ উদ্ধাৰ
মৰিগাঁও জাগীৰোডত অবৈধ ড্ৰাগচ উদ্ধাৰ
সংবাদদাতা, ভূৰবন্ধা : জাগীৰোড আৰক্ষীয়ে বৃহস্পতিবাৰে এক গোপন খৱৰৰ ভিত্তিত জাগীৰোড আৰক্ষী চকীৰ অন্তৰ্গত শিলভঙা(পৰ্বত নগৰ)ৰ পৰা ড্ৰাগছ সহ এজন দুধৰ্ষ ড্ৰাগছ সৰবৰহকাৰীক আটক কৰিবলৈ সক্ষম হয়। পূৰ্বেও ড্ৰাগছৰ সৰবৰাহত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ হৈ মুক্তি লাভ কৰা অপৰাধী জন শিলভঙাৰ ফৰিদুল ইছলাম বুলি আৰক্ষীয়ে জানিব দিয়ে। জাগীৰোড আৰক্ষীয়ে যোৱা বছৰ একে স্থানৰ পৰা উৎখাত কৰা এটা ড্ৰাগছ সৰবৰহকাৰী দলৰ…
View On WordPress










