এটা নৰপিশাচৰ মৃত্যু হ'ল…… ৰাতিপুৱাই খবৰটো পাই মনটো সচাঁকৈ ভাল লাগি গ'ল । বাকী কেইটাৰাে অতি সােনকালে শাস্তি হােৱাটো বিচাৰিছোঁ। আছু নেতা অনিমেষ ভূঞাৰ বৰ্বৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে কলা লৰাৰ মৃত্যু। নিশা পুলিচৰ গাড়ীৰ পৰা জাপ মাৰি পলায়ন কৰাৰ চেষ্টা কৰোঁতেই পুলিচৰ আন এখন গাড়ীয়ে খুন্দিয়াই কলা লৰা ওৰফে নীৰজ দাসক । দুর্ঘটনাত আঘাতপ্রাপ্ত কলা লৰাক JMCH ত চিকিৎসাকে মৃত বুলি ঘোষণা কৰে। #jorhatian #jorhat #Assam #bigbreakingnews https://www.instagram.com/p/CW7Gx7XoKbS/?utm_medium=tumblr











