তেলেংগানাৰ মুখ্যমন্ত্রী হিচাপে শপত গ্রহণ ৰেবন্ত ৰেড্ডীৰ
তেলেংগানাৰ মুখ্যমন্ত্রী হিচাপে এ ৰেবন্ত ৰেড্ডীয়ে আজি শপতগ্ৰহণ কৰে৷ কংগ্ৰেছ নেত্রী ছোনিয়া গান্ধীৰ উপস্থিতিতৰ লগতে ভালেসংখ্যক জনসাধাৰণৰ উপস্থিতিত তেলেংগানাৰ দ্বিতীয়জন মুখ্যমন্ত্রী হিচাপে শপত গ্রহণ কৰে। তেলেংগানাৰ ৰাজ্যপাল ড০ তামিলিচাই সুন্দৰাৰাজনে এ ৰেবন্ত ৰেড্ডীক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱায়। ভট্টী বিক্রমার্কা মল্লুৱে উপ-মুখ্যমন্ত্রী হিচাপে পদ আৰু গোপনীয়তাৰ শপত গ্রহণ কৰে। এন উত্তম…
View On WordPress











