আগন্তুক ২০২৪ বৰ্ষৰ মাৰ্চ মাহলৈ পিঁয়াজ ৰপ্তানি নকৰে কেন্দ্ৰই
কেন্দ্ৰীয় চৰকাৰে আগন্তুক ২০২৪ বৰ্ষৰ মাৰ্চ মাহলৈকে পিঁয়াজ ৰপ্তানি নকৰে৷ এই পদক্ষেপৰ উদ্দেশ্য হৈছে ঘৰুৱা বজাৰত পিঁয়াজৰ পৰ্যাপ্ত পৰিমানে উপলব্ধ হোৱাটো নিশ্চিত কৰাৰ লগতে পিঁয়াজৰ মূল্যৰ ওপৰত নিয়ন্ত্ৰণ কৰা। বৈদেশিক বাণিজ্য সঞ্চালকালয়ে (ডিজিএফটি) এই সন্দৰ্ভত এক জাননী জাৰি কৰিছে। কেন্দ্ৰীয় চৰকাৰে যোৱা শুক্ৰবাৰৰ পৰা এই পদক্ষেপ কাৰ্যকৰী কৰিছে।
View On WordPress











