লিডুত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী
লিডুত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী
আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সহযোগত প্ৰতীকী কাৰ্যসূচী ৰূপায়ন কৰে৷ সংগঠনটোৱে লিডু মোলাং গাওঁৰ দিহিং নৈৰ গৰাখহনীয়া ৰোধ কৰাৰ লগতে স্থায়ী সমাধানৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচীৰ আয়োজন কৰে।
উল্লেখযোগ্য যে লিডুৰ মুলাংত অবস্থিত দিহিং নৈত সুদীৰ্ঘ সময় ধৰি যি গৰাখহনীয়া অব্যাহত আছে। দিনে দিনে বৃদ্ধি পাই আছে এই গঢ় খহনীয়া আৰু সমগ্ৰ চুবুৰীয়া অঞ্চলবোৰ সেই গৰাখহনীয়ায় গ্ৰাস…
View On WordPress















