কৰ'না মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি আমছু, এবিএমছু আৰু আদিবাসী ছাত্ৰ সন্থাৰ ৰাইজৰ মাজত সজাগতা
কৰ’না মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি আমছু, এবিএমছু আৰু আদিবাসী ছাত্ৰ সন্থাৰ ৰাইজৰ মাজত সজাগতা
সংবাদদাতা, টংলা : বৰ্তমান সমগ্ৰ দেশত কৰ’না মহামাৰীয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে, এনে সময়তে কৰ’না ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ সকলোকে চৰকাৰী নীতি-নিয়ম মানি চলিবলৈ আহ্বান জনায় সদৌ বি টি চি সংখ্যালঘু ছাত্র সন্থা চমুকৈ এবিএমছুৰ ওদালগুৰি জিলা সমিতিৰ অন্তৰ্গত বকুলতলা আঞ্চলিক এবিএমছু আৰু আমছুৰ ফালৰ পৰা। মহামাৰী কৰ’না ভাইৰাছৰ দ্বিতীয় ঢৌৱৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰ তথা স্বাস্থ্য বিভাগে বান্ধি দিয়া নীতি-নিয়ম…
View On WordPress















