প্ৰাথমিক পৰ্বতাৰোহণ পাঠ্যক্ৰমত মোৰ ৰোমাঞ্চকৰ অভিজ্ঞতা: পৰ্বতাৰোহণ আৰু আত্মানুসন্ধান
Basic Mountaineering Course ল’বলৈ মোক কিহে প্ৰেৰণা দিলে? আমাৰ জীৱন আৰু পাহাৰ, পৰ্বত, প্ৰকৃতিৰ সকলো বস্তুৰ মাজত সাদৃশ্য আছে কাৰণ আমিও প্ৰকৃতিৰ অংশ। মই ভাৱো জীৱনটো বেছি ভালকৈ বুজিবলৈ আপোনাৰ জীৱনত অন্তত এবাৰ ট্ৰেকলৈ যোৱাৰ প্ৰয়োজন। প্ৰথমবাৰৰ বাবে ঐকিক ভ্ৰমণকাৰী হিচাপে পদযাত্রা (ট্ৰেকিং) কৰিবলৈ যোৱাৰ সময়ত দুদিন ধৰি বিদ্যুৎ আৰু নেটৱৰ্কৰ ব্যৱহাৰৰ পৰা বঞ্চিত আছিলোঁ। প্ৰথমবাৰৰ বাবে গুগল আৰু কিতাপ…
View On WordPress














