#IamDihingPatkai Stop Coal mining Project দিহিং - পাতকাই অভয়াৰন্যত কয়লা খনন বন্ধ কৰক । প্ৰতিজোপা গছ, প্ৰতিটো প্ৰাণীৰে জীয়াই থকাৰ অধিকাৰ আছে । সময় থাকোতেই মাত মাতক আৰু সতৰ্ক হওক । প্ৰকৃতিক যদি সুৰক্ষিত কৰিব নোৱাৰোঁ আমিও সুৰক্ষিত নহয় । #SaveDihingPatkai #SaveTheRainForest #assam #assamese #assamdiaries #awesomeassam #india #guwahati #delhi #northeastindia #mumbai #punjab #maharashtra #sikkim #photography #northeast #love #kolkata #instagram #nature #haryana #rajasthan #goa #arunachalpradesh #instagood #meghalaya #travel #manipur #nagaland (at Digboi) https://www.instagram.com/p/CCjYtAjAwY1/?igshid=1t1xuxt8344gr
















