এগৰাকী বিশেষ ব্যক্তিৰ অনন্য প্ৰয়াস
এগৰাকী বিশেষ ব্যক্তিৰ অনন্য প্ৰয়াস
📌কৰ্মব্যস্ততাৰ মাজতে গঢ় দিছে এখন শিক্ষানুষ্ঠান 📌শিক্ষানুষ্ঠানখনক লৈ প্ৰতিগৰাকী লোকৰ মাজত চৰ্চা 📌মিন্টু তামুলীৰ প্ৰয়াসক শলাগ বহুজনৰ 📌আই কনকলতা একাডেমীৰ ৩ বছৰীয়া বৰ্ণিল যাত্ৰা এজন সমাজপ্ৰিয় সচেতন ব্যক্তিৰ সপোন আছিল এদিন গাৱঁৰ শিশু সকলক লৈ কিবা এটা কৰাৰ, আৰু আজি সেইয়া পূৰণ হৈছে। এজন সমাজপ্ৰিয় ব্যক্তি তথা সাংস্কৃতিৱান ব্যক্তিত্বৰ অধিকাৰী মিন্টু তামুলী। গোলাঘাট জিলাৰ মুৰফুলানী অঞ্চলৰ মিন্টু তামুলীৰ…
View On WordPress













