ৰঙাপৰাত সদ্ভাৱনা দিৱস উদযাপন
ৰঙাপৰাত সদ্ভাৱনা দিৱস উদযাপন
প্ৰতিবেদক, ৰঙাপৰাঃ সদ্ভাৱনা দিৱস। আজি ৰঙাপৰা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত উদযাপন কৰা হয় সদ্ভাৱনা দিৱস। ৰঙাপৰা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত অনুষ্ঠিত সভাত খণ্ড উন্নয়ন বিষয়া নিশিনাথ শৰ্মাই সভাত উপস্থিত সকলোকে শপত বাক্য পাঠ কৰোৱায়। আজিৰ সভাত খণ্ড উন্নয়ন বিষয়া নিশিনাথ শৰ্মাই জাতি, সম্প্ৰদায়, ধৰ্ম আৰু ভাষাৰ ওপৰত ভিত্তি কৰি বৈষম্য নকৰিবলৈ আৰু লগতে সকলো নাগৰিকৰ মাজত যাতে একতা আৰু সম্প্ৰীতি অক্ষুণ্ণ…
View On WordPress






