টীয়ক এফ আৰ ইউ ত ক'ভিড পৰিস্থিতিৰ বুজ ল'লে বিধায়িকা ৰেণুপমা ৰাজখোৱাই
টীয়ক এফ আৰ ইউ ত ক’ভিড পৰিস্থিতিৰ বুজ ল’লে বিধায়িকা ৰেণুপমা ৰাজখোৱাই
সংবাদদাতা, পূৱ যোৰহাট : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত কেবিনেট মন্ত্ৰী সকলে জিলাই জিলাই কভিড পৰিস্থিতিৰ বুজ লোৱাৰ সময়তে বহি থকা নাই বিধায়ক সকল আজি টীয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাই টীয়কৰ প্ৰথম প্ৰেৰিত চিকিৎসালয় ( Teok FRU ) চিকিৎসক সকলৰ সৈতে ক’ভিড মহামাৰী সংক্ৰমণ ৰোধৰ সম্পৰ্কত আলোচনাত মিলিত হোৱাৰ লগতে চিকিৎসালয়খনৰ সমস্যাসমূহৰ ওপৰত আলোচনা কৰা কৰে। আলোচনাৰ অন্তত …
View On WordPress
















