টোকাবহীৰপৰা… বিৰুদ্ধ ভােজন- ১) কল আৰু গুড় অথবা কল আৰু চেনি একেলগে খালে ক্রিমিৰ উপদ্রব হয়। ২) ভাত কেৰেলা আৰু তিতা কেৰেলাৰ শিপা একেলগে খালে বিষক্রিয়া হৈ মৃত্যু পর্যন্ত হব পাৰে৷ ৩) মূলা, নহৰু, চজিনা খাই এৱা গাখীৰ খালে কুষ্ঠৰােগ হয়। ৪) জলফাই টেঙা, চুকা শাক, কাৱৈ মাছ আৰু কাছ একেলগে মাত্র তিনিদিন ভাজি খালেই নানা ধৰণৰ ৰােগে দেখা দিয়ে। ৫) তিতা আৰু খাৰৰ মিশ্রণ গুৰুপাকী খাদ্য। এই খাদ্য শৰীৰৰ বাবে অপকাৰী। ৬) ৰূপহী থেকেৰা আৰু তেতেলী টেঙা একেলগে খালে মৃত্যু পর্যন্ত হ'ব পাৰে। ৭) কঁঠাল, নাৰিকল আৰু এৱা গাখীৰৰ সংমিশ্রণ বিৰুদ্ধ ভােজনৰ আন এক উদাহৰণ। ৮) পায়স খােৱাৰ পিছত দৈ বা মাখন খােৱাটো অত্যন্ত বেয়া। ৯) মৌ তপতাই খালে বিষাক্ত হয়। ১০) ওলকচু, মাটি দাইল আৰু গাখীৰ একেলগে খােৱাটো বিৰুদ্ধ ভােজন। ১১) গাখীৰৰ লগত নিমখাে বিৰুদ্ধ ভােজন। ১২) মাছ আৰু মাখন খাই এৱাঁ গাখীৰ খাব নালাগে। ১৩) মাটি কঁঠালৰ লগত এৱাঁ গাখীৰ বেয়া। Visit my website- www.fitassam.xyz #assamdiaries #assam #assamhealthcare #assamese #অসমীয়া #অসম❤️ #assamesequotes #guwahati_diaries #guwahatifoodie #guwahatiplus #guwahati #jorhat #dibrugarh #nagaon #fitassam #fitness #myassam #healthcareinnortheast #Healtharticlesinassamese #স্বাস্হ্য #প্ৰতিকাৰ https://www.instagram.com/p/CKlbdqSj0Ff/?igshid=1hta8isaoq19x










