"কেৱল জনসংখ্যাই জাতি দা ডাঙৰ নকৰে। জাতি ডাঙৰ হয়, জাতীয়তাবাদৰ হকে ডেকাই দিয়া হিয়াৰ ৰাঙলী তেজেৰে।" . . আজি কলাগুৰুজনাৰ মৃত্যু বাৰ্ষিকী তথা বিষ্ণুৰাভা দিৱস। অসমীয়া সংস্কৃতিৰ পূজাৰী তথা স্বাধীনতা সংগ্ৰামীজনক জনাইছোঁ সশ্ৰদ্ধ প্ৰণাম। তেখেতৰ আদৰ্শৰে অনুপ্ৰাণিত হওক অসমীয়া সমাজ তাৰেই কামনা কৰিলোঁ। . . . #sanskritividyapeeth #darrang #sanskritividhyapeeth #batabari #assam #assamese #sanskriti #divas #trithi #rowta #udalguri #lalpul #bechimari #dalgaon #kharupetia #mangaldoi #sipajhar #no5baruajhar #rural #ruralschool #education #northeast #northeastindia #assamesecommunity #guwahati #gauhati (at Batabari, Assam, India) https://www.instagram.com/p/CBpxoQsj8Tx/?igshid=1nb66mq2bh9yb