“ৰূপহী ৰঙিয়া”ৰ উদ্যোগত প্ৰাণকেন্দ্ৰ চনমাগুৰীৰ সহযোগত বিনামূলীয়া চিকিৎসা শিৱিৰ
“ৰূপহী ৰঙিয়া”ৰ উদ্যোগত প্ৰাণকেন্দ্ৰ চনমাগুৰীৰ সহযোগত বিনামূলীয়া চিকিৎসা শিৱিৰ
●চৈয়দ মোস্তাফা আহমেদ, ৰঙিয়া: কামৰূপ জিলাৰ চনমাগুৰীৰ উচ্চতৰ মাধ্যমিক বাণী বিদ্যাপীঠ প্ৰাঙ্গণত“ৰূপহী ৰঙিয়া”ৰ উদ্যোগত প্ৰাণকেন্দ্ৰ চনমাগুৰীৰ সহযোগত বিনামূলীয়া চিকিৎসা শিৱিৰৰ আয়োজন কৰা হয়৷ উক্ত চিকিৎসা শিৱিৰত প্ৰায় দেৰ শতাধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধ পাতি যোগান ধৰা হয়৷ উল্লেখযোগ্য যে বানৰ বিভীষিকাৰ পিছৰে পৰা ৰঙিয়া মহকুমাৰ একাংশ অঞ্চলত বিভিন্ন ৰোগে দেখা দিছে, যাৰ বাবে এই…
View On WordPress














