যোৰহাটত কৃষি মন্ত্ৰী অতুল বৰাৰ সংবাদমেল : বুজ ল'লে ক'ভিদ পৰিস্থিতিৰ
যোৰহাটত কৃষি মন্ত্ৰী অতুল বৰাৰ সংবাদমেল : বুজ ল’লে ক’ভিদ পৰিস্থিতিৰ
সংবাদদাতা, পূৱ যোৰহাট : অসমৰ কৃষিমন্ত্ৰী হিচাপে একেৰাহে দ্বিতীয়বাৰৰ বাবে দায়িত্ব গ্ৰহণ কৰা কৃষিমন্ত্ৰী অতুল বৰাই কালি অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ সৈতে এক বিশেষ পৰ্যালোচনাত মিলিত হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ অতিথিশালাত অনুষ্ঠিত এই পৰ্যালোচনাত কৃষিমন্ত্ৰী গৰাকীয়ে উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাৰ সৈতে ক’ভিডসৃষ্ট পৰিস্থিতিত কৃষি ক্ষেত্ৰৰ ভূমিকা আৰু ৰাজ্যৰ কৃষি অৰ্থনীতি সবলীকৰণৰ বাবে…
View On WordPress
















